A Secret Weapon For Assamese synonyms

অজ, অনন্যজ, অনংগ, ইষ্ম, কঞ্জন, কন্দৰ্প, কন্দৰ্পদেৱ, কাম, কামদেৱ, কিংকিৰ, কুসুমকাৰ্মুক, কুসুমধনু, কুসুমায়ুধ, দৰ্পক, দীপক, পুষ্পকেতন, পুষ্পকেতু, প্ৰদ্যুম্ন, বিশ্বকেতু, মকৰকেতন, মকৰকেতু, মকৰধ্বজ, মদ, মদন, মধুদীপ, মন্মথ, মনোজ, মনোভৱ, মনোভূ, মাৰ, মীনকেতন, মীনধ্বজ, ৰতিকান্ত, ৰতিপতি, ৰতীশ, ৰম, ৰমণ, ৰুদ্ৰাৰি, শম্বৰাৰি, স্মৰ৷

অধোগতি, অধোগমন, অধোনমন, অধঃপতন, অৱনমন, নিম্বগমন, নিম্নগতি৷

অৱনত, অধোগামী, অধোনমিত, অধঃপতিত, অৱনমিত, নিম্নগামী৷

অন্নশেষ, উচ্ছিষ্টান্ন, এৰেহা, চুৱা, জুঠা, ভক্ষ্যাৱশেষ, ভুক্তাৱশেষ৷

অধিকাৰ, গৰাকী, নাথ, পতি, মনিব, মালিক, স্বত্বাধিকাৰ, স্বত্বাধিকাৰী, স্বামী৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অচৰিতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

(iii) To take up the exercise of pinpointing the respective castes/communities/ sub-castes/ synonyms during the Central List of OBCs and classifying them into their respective sub-types.

অনাহাৰী, অভুক্ত, উপবাসী, নিৰাহাৰী, বৰতীয়া৷

অখিলাত্মা, অনন্ত, অনাদি, অমৰ, অক্ষৰ, অক্ষয়পুৰুষ, আদিনিৰঞ্জন, আল্লা, আল্লাহ, ইচ্ছাময়, ঈশ্বৰ, ঋতম্ভৰ, ওপৰৱালা, কৰিম, কৰুণাময়, খোদা, খোদাতাল্লা, গড, গোসাঁই, চিদানন্দ, জগতপতি, জগদীশ, জগদীশ্বৰ, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপিতা, জগৎকৰ্তা, জগৎস্ৰষ্টা, দয়াময়, দীননাথ, দীনবন্ধু, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, পতিত-পাৱন, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ, পৰমেশ্বৰ, পৰাৎপৰ, প্রভু, বিধাতা, বিভু, বিৰাটপুৰুষ, বিশ্বাত্মা, ভগৱান, ভুৱনেশ্বৰ, ভূমা, মালিক, সচ্চিদানন্দ, সনাতন, সৃষ্টিকৰ্তা, স্বয়ম্ভু৷

অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, check here মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অচিৰপ্ৰভা, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অগ্নি-সংস্কাৰ, অন্ত্যেষ্টি, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ,শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

অপদস্থকৰণ, অমৰ্যাদা, অৱজ্ঞা, অৱমাননা, অশ্ৰদ্ধা, অসন্মান, অসম্ভ্ৰম, উপালম্ভ, উপেক্ষা,চৌঠেঙীয়া কৰা, দুৰ্ব্যৱহাৰ, তাচ্ছিল্য, লঘু কৰা, কুকুৰীপিটা কৰা, গৌৰৱহানি৷

অচলপতি, অচলাধিপ, অদ্ৰিৰাজ, উত্তৰাচল, গিৰিৰাজ, গিৰীন্দ্ৰ, গিৰীশ, নগপতি, নগাধিপ, নগেন্দ্ৰ, নগৰাজ, পৰ্বতপতি, পৰ্বতৰাজ, শৈলেন্দ্ৰ, হিমাচল, হিমাদ্ৰি, হিমালয়৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

Comments on “A Secret Weapon For Assamese synonyms”

Leave a Reply

Gravatar